Загрузка...

বহী বা কিতাপত কভাৰ কেনেকৈ লগাব? | সহজ উপায়ে কভাৰ লগোৱাৰ পদ্ধতি | Assamese Tutorial

এই ভিডিঅ’ত আপোনালোকে বহী বা কিতাপত কভাৰ লগোৱাৰ সহজ আৰু সঠিক উপায় শিকিব। স্কুল বা কলেজৰ বহী-খাতা সুৰক্ষিত ৰাখিবলৈ কভাৰ লগোৱা অত্যন্ত প্ৰয়োজনীয়। ধাপে ধাপে বুজাই দিয়া এই ভিডিঅ’টো চাই বহী সঠিকভাৱে কভাৰ লগাব শিকা।
নতুন শিক্ষামূলক ভিডিঅৰ বাবে চেনেলটো Subscribe কৰক!

#BookCover #NotebookCover #AssameseTutorial #SchoolBooks #DIY #কভাৰ_লগোৱা #AssameseEducation #StudentLife

Видео বহী বা কিতাপত কভাৰ কেনেকৈ লগাব? | সহজ উপায়ে কভাৰ লগোৱাৰ পদ্ধতি | Assamese Tutorial канала PROSESTHA (প্ৰচেষ্টা)
Страницу в закладки Мои закладки
Все заметки Новая заметка Страницу в заметки