Загрузка...

অসমীয়া ভাষাত হিন্দী পঢ়া আৰু লিখা কেনেকে শিকিব | How to Learn Reading and Writing Hindi in Assamese

অসমীয়াত হিন্দী কেনেকৈ পঢ়া আৰু লিখা শিকিম | Hindi Reading and Writing Learning Tips in Assamese

এই ভিডিঅ'টোৰ জৰিয়তে আপুনি অসমীয়া ভাষাৰে হিন্দী পঢ়া আৰু লিখাৰ সহজ উপায় শিকিব।
আমি Step-by-Step হিন্দী বৰ্ণমালা (Alphabet), শব্দ (Words) আৰু বাক্য (Sentences) পঢ়া আৰু লিখা বুজাম।
এই ভিডিঅ'টো বিশেষকৈ কাকৰ বাবে:

যি সকল অসমীয়া ছাত্ৰ-ছাত্ৰীয়ে হিন্দী শিকিব বিচাৰে

হিন্দী পঢ়া আৰু লিখাৰ আৰম্ভনি শিকিব বিচাৰে
ভিডিঅ'টো শেষলৈ চাওঁক আৰু আপোনাৰ মতামত Comment ত জনাওক।

#HindiLearning #AssameseToHindi #LearnHindi #HindiWriting #EducationAssam#LearnHindi #HindiWriting #HindiReading #EducationAssam #AssameseToHindi #LearnHindiFromAssamese #HindiAlphabet #StudentLife #class6 #class6hindi #class7 #class7hindi #class8 #scert #seba2025

Видео অসমীয়া ভাষাত হিন্দী পঢ়া আৰু লিখা কেনেকে শিকিব | How to Learn Reading and Writing Hindi in Assamese канала PROSESTHA (প্ৰচেষ্টা)
Страницу в закладки Мои закладки
Все заметки Новая заметка Страницу в заметки