Загрузка страницы

তিতাবৰৰ মামাৰ ঘৰলৈ যাওঁ বলক |ৰুণে আইতাকৰ ঘৰ দেখি কি ক’লে ৷ বৌ হতে কি বান্ধি দিলে ৷মামী দেখি কি ক’লে

*তিতাবৰৰ মামা হতৰ ঘৰলৈ যাওঁ বলক *
এইবাৰ ৰুণক তিতাবৰৰ মামা হঁতৰ ঘৰলৈ লৈ গৈছিলো, সি সৰুতে গৈছিল কিন্তু এতিয়া মনত নাই সিমান ৷ মইয়ো মামী হঁতক লগ পাবলৈ গৈছিলো, মাজু মামীক নাপালো লগ | মা সৰু থাকোতে মামী হঁত বিয়া হৈ অহা ৷ নন্দেক ক জীয়েকৰ দৰে ডাঙৰ কৰিছিল ৷ মা ঢুকোৱাৰ পাচত প্ৰথম গৈছিলো তেওঁলোকক লগ কৰিবলৈ ৷ যোৱা বছৰ কভিদৰ বাবে লগ কৰা নহ’ল | আৰু এটা কথা, মনৰ আনন্দতে ন জন মামা বুলি ক’লো ভিডিঅটোত, আঠ জন হে আমাৰ মামা ৷ বহুত পুৰনা স্মৃতি ৰোমন্ঠন হ’ল ৷ মামাৰ ছোৱালী চায়া বাইদেউক লৈ গাওঁ ফুৰাৰ এই সুন্দৰ সময় সদায় মনত থাকিব ৷ এতিয়া, গাৱৰ আগৰ পুৰনা ঘৰ নাই, যিটো চোৱাৰ হেঁপাহেৰে গৈছিলো ৷ মনটো সেমেকি উঠিছিল কিন্তু মৰমৰ মানুহ বোৰক লগ পাই উৎফুল্লিত হৈ আহিলো ৷ বৌ আৰু বা হঁতে মৰমতে ঢেৰ টুপোলা বান্ধি পঠালে ৷ অসমৰ পৰা কি কি আনিলো সেইয়া পাচৰ ভিডিঅত দেখুৱাম ৷
কমেন্ট কৰিব দেই ধুনীয়া ধুনীয়া আৰু ভিডিঅটো শ্বেয়াৰ কৰিবলৈ কৃপনালি নকৰিব ৷
❤️❤️তিতাবৰত থকা আমাৰ Chef B&B's Kitchen ৰ পৰিয়াল লৈ অশেষ ধন্যবাদ আৰু মৰম ❤️❤️

Видео তিতাবৰৰ মামাৰ ঘৰলৈ যাওঁ বলক |ৰুণে আইতাকৰ ঘৰ দেখি কি ক’লে ৷ বৌ হতে কি বান্ধি দিলে ৷মামী দেখি কি ক’লে канала Chef BB's Kitchen
Показать
Комментарии отсутствуют
Введите заголовок:

Введите адрес ссылки:

Введите адрес видео с YouTube:

Зарегистрируйтесь или войдите с
Информация о видео
2 июля 2023 г. 10:25:34
00:12:25
Другие видео канала
Somewhere in the Mountain #shortsSomewhere in the Mountain #shortsটিয়হ আৰু বুটৰ চৰ্চৰি খাইছেনে? Assamese Recipes I Assamese Recipes Vegetarian I Cucumber Recipeটিয়হ আৰু বুটৰ চৰ্চৰি খাইছেনে? Assamese Recipes I Assamese Recipes Vegetarian I Cucumber Recipeকলদিল আৰু মাছৰ মূৰৰ খাৰ ৷ Banana flower and fish head | খাৰৰ এটা নতুন জুতিকলদিল আৰু মাছৰ মূৰৰ খাৰ ৷ Banana flower and fish head | খাৰৰ এটা নতুন জুতিতেলবিহীন বন্ধাকবি আৰু মূৰ্গী মাংসৰ চুপ ৷ No oil cabbage and chicken soup | Healthy weightloss recipeতেলবিহীন বন্ধাকবি আৰু মূৰ্গী মাংসৰ চুপ ৷ No oil cabbage and chicken soup | Healthy weightloss recipeDalma Recipe ৷ সানমিহলি পাচলীৰে ৰন্ধা এখন পুষ্টিকৰ দালি ৷ Healthy Dal recipe with mix vegetablesDalma Recipe ৷ সানমিহলি পাচলীৰে ৰন্ধা এখন পুষ্টিকৰ দালি ৷ Healthy Dal recipe with mix vegetablesপটল আৰু চয়াবিনৰ এটা টেষ্টি ৰেছিপী ৷ Pointed gourd and soyabean | ChefBB’skitchenপটল আৰু চয়াবিনৰ এটা টেষ্টি ৰেছিপী ৷ Pointed gourd and soyabean | ChefBB’skitchenবন্ধাকবি আৰু দালবুট ৰ এবিধ নতুন চালাদ ৷ Cabbage salad | Healthy salad | ডায়েট উপযোগী চালাদ ৷বন্ধাকবি আৰু দালবুট ৰ এবিধ নতুন চালাদ ৷ Cabbage salad | Healthy salad | ডায়েট উপযোগী চালাদ ৷মাৰ ভাত কাৰ কাৰ প্ৰিয় বাৰু ? ন শিকাৰু সকলে মাৰ ভাত ৰান্ধিবলৈ শিকো আহক ৷ মাৰ ভাতৰ জুতিমাৰ ভাত কাৰ কাৰ প্ৰিয় বাৰু ? ন শিকাৰু সকলে মাৰ ভাত ৰান্ধিবলৈ শিকো আহক ৷ মাৰ ভাতৰ জুতিStrawberry picking vlog | স্ট্ৰবেৰী পিক কৰিবলৈ গৈ কি কৰিলো ৷ 5 kg স্ট্ৰবেৰীৰে কি কি কৰিলো ৷Strawberry picking vlog | স্ট্ৰবেৰী পিক কৰিবলৈ গৈ কি কৰিলো ৷ 5 kg স্ট্ৰবেৰীৰে কি কি কৰিলো ৷আমেৰিকালৈ আৰু পাপাৰ বাবে যোৰহাটৰ বজাৰৰ পৰা কি আনিলো ৷ unboxing Assamese delicacyআমেৰিকালৈ আৰু পাপাৰ বাবে যোৰহাটৰ বজাৰৰ পৰা কি আনিলো ৷ unboxing Assamese delicacyপাপা আৰু সৰু ভন্টীয়ে মিলি বিহুত কি কি পিঠা বনালে ৷ মাঘৰ বিহুৰ শুভেচ্ছা ৷ অসমীয়া ব্লগ ৷ Assamese vlogপাপা আৰু সৰু ভন্টীয়ে মিলি বিহুত কি কি পিঠা বনালে ৷ মাঘৰ বিহুৰ শুভেচ্ছা ৷ অসমীয়া ব্লগ ৷ Assamese vlogমোৰ শাহু মাৰ লগত চিনাকি কৰাই দিওঁ আহক ৷ চাৰিংত বান্ধবীৰ ঘৰত এসাঁজ ৷ ৰূণ আৰু কাজিন ৰ খেলমোৰ শাহু মাৰ লগত চিনাকি কৰাই দিওঁ আহক ৷ চাৰিংত বান্ধবীৰ ঘৰত এসাঁজ ৷ ৰূণ আৰু কাজিন ৰ খেলফুলকবি আৰু কণীৰ এটা নতুন ৰেছিপি | Cauliflower and egg | Healthy diet friendly recipeফুলকবি আৰু কণীৰ এটা নতুন ৰেছিপি | Cauliflower and egg | Healthy diet friendly recipeবাবৰি শাক আৰু হাঁহৰ কণীৰ জুতি | Babari green with Egg | কোনে কোনে খাই পাইছে বাবৰী শাক ?বাবৰি শাক আৰু হাঁহৰ কণীৰ জুতি | Babari green with Egg | কোনে কোনে খাই পাইছে বাবৰী শাক ?ভাতৰ লগত এইবিধ মাছৰ পিতিকা পালে আৰু একো নালাগে | Roasted eggplant and fish Pitika | মাছ পিতিকাভাতৰ লগত এইবিধ মাছৰ পিতিকা পালে আৰু একো নালাগে | Roasted eggplant and fish Pitika | মাছ পিতিকাআমেৰিকাত থকা শিৱসাগৰৰ জীয়ৰীৰ লগত ভাৰ্জিনিয়াৰ ট্ৰিপ part 1 ৷ ৰাষ্টাত কি কি কৰিলো ৷ আমেৰিকাত অসমীয়া ঘৰআমেৰিকাত থকা শিৱসাগৰৰ জীয়ৰীৰ লগত ভাৰ্জিনিয়াৰ ট্ৰিপ part 1 ৷ ৰাষ্টাত কি কি কৰিলো ৷ আমেৰিকাত অসমীয়া ঘৰভাৰ্জিনিয়া ট্ৰিপ পাৰ্ট ২ | বুলীয়ে সুকন্যালৈ কি ৰান্ধিলে ৷ বুলীৰ মুভি থিয়েটাৰত কি চিনেমা চালোভাৰ্জিনিয়া ট্ৰিপ পাৰ্ট ২ | বুলীয়ে সুকন্যালৈ কি ৰান্ধিলে ৷ বুলীৰ মুভি থিয়েটাৰত কি চিনেমা চালোনতুন বছৰৰ পাৰ্টিৰ বাবে এটা সুন্দৰ চিকেন এপেটাইজাৰ ৷ Lemon Butter Garlic Chicken | What Roon said 😀নতুন বছৰৰ পাৰ্টিৰ বাবে এটা সুন্দৰ চিকেন এপেটাইজাৰ ৷ Lemon Butter Garlic Chicken | What Roon said 😀পটল খাই আমনি লাগিছে যদি এইবাৰ এনেকৈ ৰান্ধি খাওক I পটল আলু চয়াবিনৰ চব্জি I Assamese Food Dishesপটল খাই আমনি লাগিছে যদি এইবাৰ এনেকৈ ৰান্ধি খাওক I পটল আলু চয়াবিনৰ চব্জি I Assamese Food DishesVlog#5 আমেৰিকাত ৰঙালী বিহু উদযাপন I Indiana Assamese Association, USA Rongali Bihu| America DiaryVlog#5 আমেৰিকাত ৰঙালী বিহু উদযাপন I Indiana Assamese Association, USA Rongali Bihu| America Diaryআটলান্টিক মহাসাগৰলৈ যাওঁ বলক পাৰ্ট ৩ |Vlog by ChefBB’SKitchen |Weekend trip to Myrtle Beach part 3আটলান্টিক মহাসাগৰলৈ যাওঁ বলক পাৰ্ট ৩ |Vlog by ChefBB’SKitchen |Weekend trip to Myrtle Beach part 3
Яндекс.Метрика