Загрузка страницы

ভাৰ্জিনিয়া ট্ৰিপ পাৰ্ট ২ | বুলীয়ে সুকন্যালৈ কি ৰান্ধিলে ৷ বুলীৰ মুভি থিয়েটাৰত কি চিনেমা চালো

❤️ভাৰ্জিনিয়া ট্ৰিপ আৰু আমেৰিকাত অসমীয়াৰ ঘৰ পাৰ্ট ২❤️
ভাবিছিলো এইটো ব্লগতে সকলো খিনি দেখুৱাব পাৰিম কিন্তু ভিডিঅটো ইমানেই দীঘল যে মোৰ নিজৰে আমনি লাগিল ৷ সেয়েহে পাৰ্ট ৩ কৰি পেলালো ৷
এইটো ভিডিঅত বুলীয়ে সুকন্যা লৈ কি কি ৰান্ধি থৈছিল, ৰাতি চিনেমা কি চালো, ৰিতুয়ে (বুলীৰ হাজবেণ্ড) ঘৰৰ চিনেমা হলটো কেনেকৈ বনালে, আহিবৰ সময়ত তাই কি কি টোপোলা বান্ধিলে সেইয়াই আপোনালোকে দেখা পাব ৷ আশাকৰো আপোনালোকে ভাল পাব ৷

***পাৰ্ট ৩, আপোনালোকে বুলীৰ বাৰী খন, তাইৰ চুবুৰী টো আৰু বহু কিবা কিবি দেখিবলৈ পাব ৷ অপেক্ষা কৰিব দেই ৷ ****

Видео ভাৰ্জিনিয়া ট্ৰিপ পাৰ্ট ২ | বুলীয়ে সুকন্যালৈ কি ৰান্ধিলে ৷ বুলীৰ মুভি থিয়েটাৰত কি চিনেমা চালো канала Chef BB's Kitchen
Показать
Комментарии отсутствуют
Введите заголовок:

Введите адрес ссылки:

Введите адрес видео с YouTube:

Зарегистрируйтесь или войдите с
Информация о видео
24 мая 2023 г. 15:31:12
00:08:52
Другие видео канала
Somewhere in the Mountain #shortsSomewhere in the Mountain #shortsতেলবিহীন বন্ধাকবি আৰু মূৰ্গী মাংসৰ চুপ ৷ No oil cabbage and chicken soup | Healthy weightloss recipeতেলবিহীন বন্ধাকবি আৰু মূৰ্গী মাংসৰ চুপ ৷ No oil cabbage and chicken soup | Healthy weightloss recipeবিনা পিয়াজ আৰু নহৰুৰ এটা সুন্দৰ চাটনী ৷Pure veg Chutney in Assamese language | ১০ মিনিটতে হোৱা চাটনীবিনা পিয়াজ আৰু নহৰুৰ এটা সুন্দৰ চাটনী ৷Pure veg Chutney in Assamese language | ১০ মিনিটতে হোৱা চাটনীবন্ধাকবি আৰু দালবুট ৰ এবিধ নতুন চালাদ ৷ Cabbage salad | Healthy salad | ডায়েট উপযোগী চালাদ ৷বন্ধাকবি আৰু দালবুট ৰ এবিধ নতুন চালাদ ৷ Cabbage salad | Healthy salad | ডায়েট উপযোগী চালাদ ৷Strawberry picking vlog | স্ট্ৰবেৰী পিক কৰিবলৈ গৈ কি কৰিলো ৷ 5 kg স্ট্ৰবেৰীৰে কি কি কৰিলো ৷Strawberry picking vlog | স্ট্ৰবেৰী পিক কৰিবলৈ গৈ কি কৰিলো ৷ 5 kg স্ট্ৰবেৰীৰে কি কি কৰিলো ৷আমেৰিকালৈ আৰু পাপাৰ বাবে যোৰহাটৰ বজাৰৰ পৰা কি আনিলো ৷ unboxing Assamese delicacyআমেৰিকালৈ আৰু পাপাৰ বাবে যোৰহাটৰ বজাৰৰ পৰা কি আনিলো ৷ unboxing Assamese delicacyপাপা আৰু সৰু ভন্টীয়ে মিলি বিহুত কি কি পিঠা বনালে ৷ মাঘৰ বিহুৰ শুভেচ্ছা ৷ অসমীয়া ব্লগ ৷ Assamese vlogপাপা আৰু সৰু ভন্টীয়ে মিলি বিহুত কি কি পিঠা বনালে ৷ মাঘৰ বিহুৰ শুভেচ্ছা ৷ অসমীয়া ব্লগ ৷ Assamese vlogফুলকবি আৰু কণীৰ এটা নতুন ৰেছিপি | Cauliflower and egg | Healthy diet friendly recipeফুলকবি আৰু কণীৰ এটা নতুন ৰেছিপি | Cauliflower and egg | Healthy diet friendly recipeভাতৰ লগত এইবিধ মাছৰ পিতিকা পালে আৰু একো নালাগে | Roasted eggplant and fish Pitika | মাছ পিতিকাভাতৰ লগত এইবিধ মাছৰ পিতিকা পালে আৰু একো নালাগে | Roasted eggplant and fish Pitika | মাছ পিতিকাবৰালী মাছৰ কচু জালুকীয়া ৷ এটা হেৰাই যোৱা আইতাৰ ৰেছেপী পাপাৰ হাতেৰে | Assamese delicacyবৰালী মাছৰ কচু জালুকীয়া ৷ এটা হেৰাই যোৱা আইতাৰ ৰেছেপী পাপাৰ হাতেৰে | Assamese delicacyআটলান্টিক মহাসাগৰলৈ যাওঁ বলক পাৰ্ট ৩ |Vlog by ChefBB’SKitchen |Weekend trip to Myrtle Beach part 3আটলান্টিক মহাসাগৰলৈ যাওঁ বলক পাৰ্ট ৩ |Vlog by ChefBB’SKitchen |Weekend trip to Myrtle Beach part 3মোৰ শাহু মাৰ লগত চিনাকি কৰাই দিওঁ আহক ৷ চাৰিংত বান্ধবীৰ ঘৰত এসাঁজ ৷ ৰূণ আৰু কাজিন ৰ খেলমোৰ শাহু মাৰ লগত চিনাকি কৰাই দিওঁ আহক ৷ চাৰিংত বান্ধবীৰ ঘৰত এসাঁজ ৷ ৰূণ আৰু কাজিন ৰ খেলআমেৰিকাত থকা শিৱসাগৰৰ জীয়ৰীৰ লগত ভাৰ্জিনিয়াৰ ট্ৰিপ part 1 ৷ ৰাষ্টাত কি কি কৰিলো ৷ আমেৰিকাত অসমীয়া ঘৰআমেৰিকাত থকা শিৱসাগৰৰ জীয়ৰীৰ লগত ভাৰ্জিনিয়াৰ ট্ৰিপ part 1 ৷ ৰাষ্টাত কি কি কৰিলো ৷ আমেৰিকাত অসমীয়া ঘৰআমেৰিকাত আমাৰ দেশী খেতিৰ সমাহাৰ | Native vegetables in our America home | Chefbbskitchenআমেৰিকাত আমাৰ দেশী খেতিৰ সমাহাৰ | Native vegetables in our America home | Chefbbskitchenনতুন বছৰৰ পাৰ্টিৰ বাবে এটা সুন্দৰ চিকেন এপেটাইজাৰ ৷ Lemon Butter Garlic Chicken | What Roon said 😀নতুন বছৰৰ পাৰ্টিৰ বাবে এটা সুন্দৰ চিকেন এপেটাইজাৰ ৷ Lemon Butter Garlic Chicken | What Roon said 😀শুকান মাছৰ এটা সুন্দৰ পিটিকা ৷ Dry fish and Peas Pitika | Pitika by ChefBB’sKitchenশুকান মাছৰ এটা সুন্দৰ পিটিকা ৷ Dry fish and Peas Pitika | Pitika by ChefBB’sKitchenভাপত দিয়া মুৰ্গী মাংস ৷ Diet special Healthy Chicken recipe | STEAMED CHICKEN I Assamese Recipeভাপত দিয়া মুৰ্গী মাংস ৷ Diet special Healthy Chicken recipe | STEAMED CHICKEN I Assamese Recipeপাপাৰ হাতৰ মাছেৰে এসাজ । আজিৰ দুপৰীয়া সাজ ।আজি কি খালোপাপাৰ হাতৰ মাছেৰে এসাজ । আজিৰ দুপৰীয়া সাজ ।আজি কি খালোপাতত দিয়া মাছ  ৷ আইতাৰ দিনৰ ৰেছিপি ৷ পাতত দিয়া মাছৰ পিতিকা ৷ Roast fish in Banana leaf in Assameseপাতত দিয়া মাছ ৷ আইতাৰ দিনৰ ৰেছিপি ৷ পাতত দিয়া মাছৰ পিতিকা ৷ Roast fish in Banana leaf in Assameseদহ মিনিটতে ৰান্ধক সম্পূৰ্ণ নিৰামিষ মটৰ পনীৰ | 10mins Paneer Recipe I No onion no garlic Matar Paneerদহ মিনিটতে ৰান্ধক সম্পূৰ্ণ নিৰামিষ মটৰ পনীৰ | 10mins Paneer Recipe I No onion no garlic Matar Paneer
Яндекс.Метрика