Загрузка страницы

নেমু গছৰ কলম কেনেকৈ কৰিব পাৰি!How to air layering lemon tree ! Very successful air layering video!

Hi
I m Lila. Welcome to our YouTube chennel Biswanath Agrifarm

নেমু গছৰ কলম কেনেকৈ কৰিব পাৰি!How to air layering lemon tree ! Very successful air layering video!

About this chennel

বন্ধুসকল মই এই চেনেলত মাধ্যমেদি খেতি বাতি সম্পৰ্কীয় video লৈ আহিছোঁ.নেমু খেতিৰ লগতে মই আপোনালোকৰ আগত জলকীয়া খেতি ভোট জলকীয়া খেতি লগতে বিভিন্ন ধৰণৰ খেতিৰ বিষয়ে আলোচনা কৰিম...
মই সকলো যুৱ প্ৰজন্মক আহ্বান জনাইছো আপোনালোক আগবাঢ়ি আহক.আপোনালোকে পাৰিলে ৰাসায়নিক পদাৰ্থ প্ৰয়োগ নকৰাকৈ গোবৰ তথা কেঁচু সাৰ পচন সাৰ ঘৰতে তৈয়াৰ কৰি লওক আৰু খেতি কৰাৰ চেষ্টা কৰক পাৰিলে জৈৱিক সাৰ দি খেতি কৰিবলৈ চেষ্টা কৰক আপোনাৰ খেতি পিছলৈ ভাল হৈ থাকিব আৰু বেমাৰ আজাৰ কম হৈ আহিব...

About this vid

বন্ধুসকল আজি মই কথা পাতিম নেমু গছৰ কলম কেতিয়া, কেনেকৈ আৰু কি কি যত্ন লব লাগে যাতে আপুনি কলম কৰাত কোনো ধৰণৰ অসুবিধাৰ সন্মুখীন হব নালাগে.অতি সহজ ভাৱে আপোনালোকে এটা গছৰ পৰা বহু পুলি তৈয়াৰ কৰি লব পাৰে..আপোনালোকে যদি nemu খেতি কৰিব বিচাৰে তেন্তে পুলি নিজে তৈয়াৰ কৰি লব পাৰে..কিয়নো পুলি যদি কিনি আনে তেনেহলে হয়টো আপুনি বিচৰা নিচিনা ফল নাপাব পাৰে!

#কাজীনেমু#lemon farming#

Other link videos
https://youtu.be/-ba9QyeMBSg
নেমু গছৰ ডালৰ পৰা কেনেকৈ পুলি তৈয়াৰ কৰিব!
https://youtu.be/W7MR_sKbEWs
জিকা খেতি কেতিয়া কৰিলে ভাল লাভ পাব পাৰি.

https://youtu.be/wSdLNa5j6Nc
ভোট জলকীয়াত কি কি সাৰ প্ৰয়োগ কৰিব.কেনেকৈ কৰিব.

https://youtu.be/tRfFX5t_m4I
বীজ শোধন কৈনেকৈ কৰিব লাগে


জয় আই অসম...

Видео নেমু গছৰ কলম কেনেকৈ কৰিব পাৰি!How to air layering lemon tree ! Very successful air layering video! канала #Biswanath Agrifarm
Показать
Комментарии отсутствуют
Введите заголовок:

Введите адрес ссылки:

Введите адрес видео с YouTube:

Зарегистрируйтесь или войдите с
Информация о видео
6 июня 2020 г. 15:43:01
00:11:27
Другие видео канала
নেমু‌ গছৰ ডাল তথা পাতৰ পৰা পুলি কেনেদৰে বনাব।Nemu puli kenekoi banabo।#Biswanath agrifarmনেমু‌ গছৰ ডাল তথা পাতৰ পৰা পুলি কেনেদৰে বনাব।Nemu puli kenekoi banabo।#Biswanath agrifarmনেমু গছৰ ডালৰ পৰা পুলি কেনেদৰে প্ৰস্তুত কৰিব পাৰি!kaji lemon farming!নেমু পুলি তৈয়াৰ কৰা সহজ উপায়!নেমু গছৰ ডালৰ পৰা পুলি কেনেদৰে প্ৰস্তুত কৰিব পাৰি!kaji lemon farming!নেমু পুলি তৈয়াৰ কৰা সহজ উপায়!নেমু গছৰ  পাতৰ কাটিং কেনেদৰে কৰিব , nemo gosar cutting kenedare  kariboনেমু গছৰ পাতৰ কাটিং কেনেদৰে কৰিব , nemo gosar cutting kenedare kariboকম ঠাইত ভোট জলকীয়া খেতি।চিমেণ্ট বেগত ভোট জলকীয়া কেনেকৈ লগাব।কি কি দিব লাগে.,??কম ঠাইত ভোট জলকীয়া খেতি।চিমেণ্ট বেগত ভোট জলকীয়া কেনেকৈ লগাব।কি কি দিব লাগে.,??পানৰ পুলি কেনেকৈ ৰোপন কৰিব লাগে।কেতিয়া ৰোপন কৰিব পাৰি.?পানৰ পুলি কেনেকৈ ৰোপন কৰিব লাগে।কেতিয়া ৰোপন কৰিব পাৰি.?তামোল খেতি-Best Hybrid Variety ৰ লগত এইখিনি কৰি আজীৱন টকা Income কৰক/Hybrid areca/betel nut varietyতামোল খেতি-Best Hybrid Variety ৰ লগত এইখিনি কৰি আজীৱন টকা Income কৰক/Hybrid areca/betel nut varietyGrow lemon tree from cutting ( agri cambo )Grow lemon tree from cutting ( agri cambo )LEMON FARMING IN ASSAM ll YEARLY INCOME 18LAKH llLEMON FARMING IN ASSAM ll YEARLY INCOME 18LAKH llপানৰ খেতি,কি কি সাৰ দিব, কেনেকৈ দিব লাগে।।পানৰ খেতি,কি কি সাৰ দিব, কেনেকৈ দিব লাগে।।How to Control Chilli Viral Diseases ? Bhut jolokia, ভোট জলকীয়া Insect Control Tips in AssameseHow to Control Chilli Viral Diseases ? Bhut jolokia, ভোট জলকীয়া Insect Control Tips in AssameseA successful Betel Leaf Garden # এক সফল পান খেতি  # স্বাৱলম্বী মহিলাA successful Betel Leaf Garden # এক সফল পান খেতি # স্বাৱলম্বী মহিলাকেৰেলিয়ান নাৰিকল পুলি কি পদ্ধতি ৰোপণ কৰিব লাগে? Dwarf Hybrid Coconut Plant How To Plantation?কেৰেলিয়ান নাৰিকল পুলি কি পদ্ধতি ৰোপণ কৰিব লাগে? Dwarf Hybrid Coconut Plant How To Plantation?Kaji nemu kheti । কাজি নেমু খেতি কেনেকৈ কৰিব? । Nemu kheti in Assam । অসমৰ গাঁৱৰ খেতি । kaji nemuKaji nemu kheti । কাজি নেমু খেতি কেনেকৈ কৰিব? । Nemu kheti in Assam । অসমৰ গাঁৱৰ খেতি । kaji nemuতামোল খেতি-ব্যৱসায় ভিত্তিত কৰি বহু বছৰলৈ আয় কৰক/1 বিঘাত কিমান লাভ?Betel nut-Areca catechu plantationতামোল খেতি-ব্যৱসায় ভিত্তিত কৰি বহু বছৰলৈ আয় কৰক/1 বিঘাত কিমান লাভ?Betel nut-Areca catechu plantationভোট জলকীয়া গছত ৰোগৰ সংক্ৰমণ কেনেকৈ ৰোধ কৰিব।ghost chilli desease ।ভোট জলকীয়া গছত ৰোগৰ সংক্ৰমণ কেনেকৈ ৰোধ কৰিব।ghost chilli desease ।Ajit khetiok kaji nemu khetiAjit khetiok kaji nemu khetiভোট জলকীয়া সবিশেষ।কি কি ৰোগ দেখা দিছে ভোট জলকীয়া খেতিত।ভোট জলকীয়া সবিশেষ।কি কি ৰোগ দেখা দিছে ভোট জলকীয়া খেতিত।200. कागज़ी नींबू: कौन से पौधें और कितनी दूरी पर लगाए? Type and distance of acid lime plants200. कागज़ी नींबू: कौन से पौधें और कितनी दूरी पर लगाए? Type and distance of acid lime plantsচাহ পাতৰ ৰস শুহি খোৱা মহ বা হেল’পেলটিচ কেনেকৈ নিৰ্মূল কৰিব | How to control Helopeltis in Tea Gardenচাহ পাতৰ ৰস শুহি খোৱা মহ বা হেল’পেলটিচ কেনেকৈ নিৰ্মূল কৰিব | How to control Helopeltis in Tea GardenPumpkin farming | Step By Step Grow | A2Z Pumpkin | Kaddu ki kheti | कद्दू की खेती | दवा, खादPumpkin farming | Step By Step Grow | A2Z Pumpkin | Kaddu ki kheti | कद्दू की खेती | दवा, खाद
Яндекс.Метрика