Загрузка страницы

নেমু গছৰ ডালৰ পৰা পুলি কেনেদৰে প্ৰস্তুত কৰিব পাৰি!kaji lemon farming!নেমু পুলি তৈয়াৰ কৰা সহজ উপায়!

Hi
I m Lila. Welcome to our YouTube chennel Biswanath Agrifarm.

নেমু গছৰ ডালৰ পৰা পুলি কেনেদৰে প্ৰস্তুত কৰিব পাৰি!assam kaji lemon farming!নেমু পুলি তৈয়াৰ কৰা সহজ উপায়!
About this chennel

বন্ধুসকল মই এই চেনেলত মাধ্যমেদি খেতি বাতি সম্পৰ্কীয় video লৈ আহিছোঁ.নেমু খেতিৰ লগতে মই আপোনালোকৰ আগত জলকীয়া খেতি ভোট জলকীয়া, জিকা খেতি লগতে বিভিন্ন ধৰণৰ খেতিৰ বিষয়ে আলোচনা কৰিম...
মই সকলো যুৱ প্ৰজন্মক আহ্বান জনাইছো আপোনালোক আগবাঢ়ি আহক আৰু খেতি বাতি বৈজ্ঞানিক পদ্ধতিৰে কৰি নিজকে স্বাৱলম্বি কৰি তোলক..

About this video

নেমু গছৰ ডালৰ পৰা পুলি প্ৰস্তুত কৰা অতি সহজ কথা কিন্তু এটা কথা মনত ৰাখিব উপযুক্ত সময় হৈছে এপ্ৰিল মাহৰ পৰা জুলাই পৰ্যন্ত এই সময়ছোৱাত ৰখা cutting ১০০% বাচি যায়... লগতে পুলি ৰাখোটে সদাই বেলি মাৰ যোৱাৰ পাছত ৰাখিব আৰু ৰদ নপৰা জেগাত থব যেতিয়া গজালি অহা আৰম্ভ হব তেতিয়া ৰদত উলিয়াব পাৰে..
যদি আপোনাক মোৰ চেনেলটো চাই কিবা খিকিব পাৰিম বুলি ভাবে তেন্তে subscribe koribo.

Other link video

https://youtu.be/Qn9HeCebxbg
ভোট জলকীয়া গছৰ পৰিচৰ্যা কেনেকৈ কৰিব!

https://youtu.be/tRfFX5t_m4I
বীজ শোধন কেনেকৈ কৰিব!

https://youtu.be/btCGdpFe8cQ
নেমু গছৰ কাটিং কেনেকৈ কৰা হয়!

https://youtu.be/wSdLNa5j6Ncbhut
ভোট জলকীয়া কি কি সাৰ প্রায়োগ কৰিব! কেনেদৰে কৰিব

https://youtu.be/9dhgG3E8XVA
ভোট জলকীয়া গছৰ die back ৰোগ তথা নিৰাময়.
#Lemon#cutting#
Email id—Lilabnc@gmail.com

Don't forget to LIKE..COMMENT...AND SHARE...
SUBSCRIBE the channel and press the BELL icon to get notified about new uploads.

THANK YOU

Видео নেমু গছৰ ডালৰ পৰা পুলি কেনেদৰে প্ৰস্তুত কৰিব পাৰি!kaji lemon farming!নেমু পুলি তৈয়াৰ কৰা সহজ উপায়! канала #Biswanath Agrifarm
Показать
Комментарии отсутствуют
Введите заголовок:

Введите адрес ссылки:

Введите адрес видео с YouTube:

Зарегистрируйтесь или войдите с
Информация о видео
31 мая 2020 г. 9:45:54
00:08:15
Другие видео канала
নেমু‌ গছৰ ডাল তথা পাতৰ পৰা পুলি কেনেদৰে বনাব।Nemu puli kenekoi banabo।#Biswanath agrifarmনেমু‌ গছৰ ডাল তথা পাতৰ পৰা পুলি কেনেদৰে বনাব।Nemu puli kenekoi banabo।#Biswanath agrifarmতামোল খেতি।বাৰিষাত কি কি দিব লাগে।betel nut farming।তামোল খেতি।বাৰিষাত কি কি দিব লাগে।betel nut farming।পানৰ পুলি কেনেকৈ ৰোপন কৰিব লাগে।কেতিয়া ৰোপন কৰিব পাৰি.?পানৰ পুলি কেনেকৈ ৰোপন কৰিব লাগে।কেতিয়া ৰোপন কৰিব পাৰি.?Grow lemon tree from cutting ( agri cambo )Grow lemon tree from cutting ( agri cambo )পানীলাও খেতি কেনেকৈ কৰিব pani lau khetiপানীলাও খেতি কেনেকৈ কৰিব pani lau khetiHow to propagate Lemon and Orange plant cuttings for free !! எலுமிச்சை கிளை  பதியம் போடுதல் !!How to propagate Lemon and Orange plant cuttings for free !! எலுமிச்சை கிளை பதியம் போடுதல் !!কম ঠাইত ভোট জলকীয়া খেতি।চিমেণ্ট বেগত ভোট জলকীয়া কেনেকৈ লগাব।কি কি দিব লাগে.,??কম ঠাইত ভোট জলকীয়া খেতি।চিমেণ্ট বেগত ভোট জলকীয়া কেনেকৈ লগাব।কি কি দিব লাগে.,??#Lemon_farming_process...
 কাজী নেমু খেতি কৰাৰ পদ্ধতি..#Lemon_farming_process... কাজী নেমু খেতি কৰাৰ পদ্ধতি..ভোট জলকীয়া গছৰ বাবে ঘৰতে প্ৰস্তুত কৰি লব পাৰি জৈৱিক কীটনাশক!ভোট জলকীয়া গছৰ বাবে ঘৰতে প্ৰস্তুত কৰি লব পাৰি জৈৱিক কীটনাশক!তামোল খেতি-Best Hybrid Variety ৰ লগত এইখিনি কৰি আজীৱন টকা Income কৰক/Hybrid areca/betel nut varietyতামোল খেতি-Best Hybrid Variety ৰ লগত এইখিনি কৰি আজীৱন টকা Income কৰক/Hybrid areca/betel nut varietyনেমু খেতি কেনেদৰে কৰিব(nemo kheti   kenedare karibo,নেমু খেতি কেনেদৰে কৰিব(nemo kheti kenedare karibo,নেমু খেতি। কেনেকৈ  যত্ন লব লাগে ?কেতিয়া cutting কৰিব লাগে।নেমু খেতি। কেনেকৈ যত্ন লব লাগে ?কেতিয়া cutting কৰিব লাগে।নেমু খেতিৰ সবিশেষ-এনেকৈ লাভৱান কৃষক/ 1বিঘাৰ হিচাপ এইটো ? কাজি নেমু খেতি এনেকৈ কৰক/Lemon cultivationনেমু খেতিৰ সবিশেষ-এনেকৈ লাভৱান কৃষক/ 1বিঘাৰ হিচাপ এইটো ? কাজি নেমু খেতি এনেকৈ কৰক/Lemon cultivationসঠিক ভাবে পাণ ৰোৱক কেতিয়াও নমৰে || সম্পূৰ্ণ নীতি নিয়ম জানি লওঁক || Betel leaf Planting full processসঠিক ভাবে পাণ ৰোৱক কেতিয়াও নমৰে || সম্পূৰ্ণ নীতি নিয়ম জানি লওঁক || Betel leaf Planting full processtamul kheti - প্ৰকৃততে তামোলৰ পুলি এনেকৈহে লগাব লাগে! tamul kheti in assam | tamul kheti in assamesetamul kheti - প্ৰকৃততে তামোলৰ পুলি এনেকৈহে লগাব লাগে! tamul kheti in assam | tamul kheti in assameseসাঁচি গছৰ খেতি কেনেকৈ কৰিব | How to Start Plantation of Agarwood Tree | Parijat Nursery Jorhatসাঁচি গছৰ খেতি কেনেকৈ কৰিব | How to Start Plantation of Agarwood Tree | Parijat Nursery JorhatKaji nemu kheti । কাজি নেমু খেতি কেনেকৈ কৰিব? । Nemu kheti in Assam । অসমৰ গাঁৱৰ খেতি । kaji nemuKaji nemu kheti । কাজি নেমু খেতি কেনেকৈ কৰিব? । Nemu kheti in Assam । অসমৰ গাঁৱৰ খেতি । kaji nemu#পাণ_খেতিৰ বহু গুৰুত্ব পূৰ্ণ কথা।বৰ্তমান সময়ত পাণ খেতি কম ঠাইতে কৰিব পৰা #এক_লাভ'জনক_খেতি।#পাণ_খেতিৰ বহু গুৰুত্ব পূৰ্ণ কথা।বৰ্তমান সময়ত পাণ খেতি কম ঠাইতে কৰিব পৰা #এক_লাভ'জনক_খেতি।पुरे सालभर बड़ा तगड़ा पैसा देगी ये हरी मिर्च | Green Chili Farming | Jugaad Technology | Indian Farmerपुरे सालभर बड़ा तगड़ा पैसा देगी ये हरी मिर्च | Green Chili Farming | Jugaad Technology | Indian Farmer
Яндекс.Метрика