- Популярные видео
- Авто
- Видео-блоги
- ДТП, аварии
- Для маленьких
- Еда, напитки
- Животные
- Закон и право
- Знаменитости
- Игры
- Искусство
- Комедии
- Красота, мода
- Кулинария, рецепты
- Люди
- Мото
- Музыка
- Мультфильмы
- Наука, технологии
- Новости
- Образование
- Политика
- Праздники
- Приколы
- Природа
- Происшествия
- Путешествия
- Развлечения
- Ржач
- Семья
- Сериалы
- Спорт
- Стиль жизни
- ТВ передачи
- Танцы
- Технологии
- Товары
- Ужасы
- Фильмы
- Шоу-бизнес
- Юмор
Deoparbat | Assamese Vlogs | Deopahar Numuligarh | #assam #golaghat | #arjuntsd #archaeologicalsites
Deoparbat | Assamese vlog | deopahar Numuligarh | #arjuntsd #golaghat #assam #archaeologicalsites
👉 Hi I'm Arjun , welcome back to our YouTube Channel Arjun Tsd.
ABOUT THE VIDEO :- দেওপাহাৰ ভাৰতৰ অসমৰ গোলাঘাট জিলাৰ নুমলীগড়ত অৱস্থিত পূৰাতাত্ত্বিক স্থান। এই স্থলত এখন সংৰক্ষিত পূৰাতাত্ত্বিক উদ্যান আৰু অসম চৰকাৰৰ পূৰাতাত্ত্বিক বিভাগৰ অন্তৰ্গত এটা যাদুঘৰ আছে।দেওপাহাৰ বা দেওপৰ্বত নামৰ অৰ্থ হৈছে ঈশ্বৰৰ পাহাৰ। ই ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত। দেওপাহাৰ দেওপানী সংৰক্ষিত বনাঞ্চলৰ অংশ। দেওপানী সংৰক্ষিত বনাঞ্চলৰ মাটিকালি ১৩৩.৪৫ হেক্টৰ আৰু হাতী কৰিড'ৰৰ অংশ।
দেওপাহাৰ অসমৰ এখন উল্লেখযোগ্য পৰ্যটনস্থলী। পাহাৰৰ শিখৰত এখন প্ৰাচীন শিলেৰে অৰ্ধনিৰ্মিত বা ১৮৯৭ চনৰ ভূমিকম্পত ধ্বংসপ্ৰাপ্ত মন্দিৰ আছে।
ইয়াৰ আশে-পাশে সিঁচৰত হৈ থকা ধ্বংসাৱশেষ সমূহ অসমৰ ৰাজ্যিক সংৰক্ষিত স্মৃতিচিহ্নসমূহৰ তালিকাত অন্তৰ্ভুক্ত।
দেওপাহাৰৰ শিখৰত অৱস্থিত শিলৰ মন্দিৰ স্থাপত্যশৈলীৰ পৰা খ্ৰীষ্টীয় সপ্তমৰ পৰা নৱম শতিকাৰ বুলি অনুমান কৰিব পাৰি। এই মন্দিৰ ভগৱান শিৱৰ প্ৰতি উছৰ্গিত বুলি গণ্য কৰা হয়। লোকবিশ্বাস মতে ইয়াৰ মূল শিৱলিংগটো ১৯ শতিকাত পাহাৰৰ কাষতে স্থাপিত বাবা থান মন্দিৰলৈ স্থানান্তৰ কৰা হৈছিল। ইয়াত এজোপা ঐতিহ্যপূৰ্ণ ভেলেও গছ আছে। প্ৰতি বছৰে জানুৱাৰীৰে পৰা অক্টোবৰ মাহলৈ এই গছত কেইবাটাও বৃহৎ বৃহৎ বাহ সাজিবলৈ হিমালয়ৰ পাদদেশৰ বনৰীয়া পৰিভ্ৰমী মৌমাখি ইয়ালৈ আহে।
HOW TO REACH DEOPAHAR :- দেওপাহাৰ নুমলীগড়ৰ ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অৱস্থিত। নুমলীগড় ৰে'ল ষ্টেচন ইয়াৰ নিকটৱৰ্তী ৰে'ল ষ্টেচন। যোৰহাটৰ ৰৰৈয়া বিমানবন্দৰ ইয়াৰ পৰা প্ৰায় ৬৩ কিঃমিঃ নিলগত অৱস্থিত। দেওপাহাৰৰ নুমলীগড় শোধনাগাৰৰ পৰা ৫ কিলোমিটাৰ, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা ৬১.৮ কিলোমিটাৰ আৰু গুৱাহাটীৰ পৰা প্ৰায ২৫৫ কিলোমিটাৰ দূৰত্বত অৱস্থিত।
Видео Deoparbat | Assamese Vlogs | Deopahar Numuligarh | #assam #golaghat | #arjuntsd #archaeologicalsites канала Arjun Tsd

deopahar golaghat deopahar reserve Forest archaeologycal sites in assam b deopahar history dewpahar | arjun tsd | deopahar bokakhat | deopahar | dewpahar bokakhat travel vlog | travel video traveling vlog | travelling video assamese vlog দেওপাহাৰ | দেওপৰ্বত history of deopahar deopahar ruins golaghat assam baba than vlog | baba than golaghat | golaghat archaeological site deopahar numuligarh how to reach deopahar assam old place what is deopahar
Комментарии отсутствуют
Информация о видео
5 мая 2022 г. 6:59:31
00:04:30
Другие видео канала