Загрузка...

#manipur II মণিপুৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ II #short #shorts #shortvideo

📌মণিপুৰত নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা।
📌লামডেঙত চলোৱা অভিযানত ৪UNLF (P) ৰ সদস্যক গ্ৰেপ্তাৰ৷
📌নিৰাপত্তাৰক্ষীৰ অভিযানত বুজন পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ কৰা হয়।
📌সংগঠনটোৰ দুজন সক্ৰিয় সদস্যৰ পৰা INSAS Light Machine Gun আৰু সজীৱ গুলী উদ্ধাৰ।
📌আনহাতে, সুৰক্ষা আৰু নিৰাপত্তা বজাই ৰাখিবলৈ লুট কৰা অস্ত্ৰ ভাণ্ডাৰৰ খবৰ লাভ কৰিলে আৰক্ষীক অৱগত কৰিবলৈ ৰাইজক আহ্বান।
#Manipur #UNLF #arrest #ddnewsassamese #ddnewsassam

Видео #manipur II মণিপুৰত বৃহৎ পৰিমাণৰ মাৰণাস্ত্ৰ জব্দ II #short #shorts #shortvideo канала DD News Assamese
Яндекс.Метрика
Все заметки Новая заметка Страницу в заметки
Страницу в закладки Мои закладки
На информационно-развлекательном портале SALDA.WS применяются cookie-файлы. Нажимая кнопку Принять, вы подтверждаете свое согласие на их использование.
О CookiesНапомнить позжеПринять