সেউজী সেউজী সেউজী অ’ // মৰিগাঁৱৰ শিল্পী বীণাৰাম দেউৰীৰ বাঁহীৰ সুৰত জ্যোতি সঙ্গীত
#silpidivash #jyotisangeet #flute #binaramdeori #সেউজীসেউজীসেউজীঅ #বাঁহীৰসুৰ
সেউজী সেউজী সেউজী অ’ // মৰিগাঁৱৰ শিল্পী বীণাৰাম দেউৰীৰ বাঁহীৰ সুৰত জ্যোতি সঙ্গীত বাঁহীৰ সুৰ
বাঁহীৰ সুৰত জ্যোতি সঙ্গীত
seuji seuji seuji o lyrics
xeuji xeuji lyrics
জ্যোতি সঙ্গীত
সেউজী সেউজী সেউজী অ’
মৰিগাঁও শঙ্কৰী সঙ্গীত বিদ্যালয়
শিল্পী দিৱস
১৭ জানুৱাৰী
বীনাৰাম দেউৰী
বীণাৰাম দেউৰীৰ বাঁহীৰ সুৰ
শিল্পী
সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া
সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া
সোণোৱালী শস্যৰ পথাৰ কোলাত শোভে
ৰ’দালীৰে ফুল-ফল সেন্দুৰীয়া
সোণোৱালী শস্যৰ পথাৰ কোলাত শোভে
ৰ’দালীৰে ফুল-ফল সেন্দুৰীয়া
সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া ।
সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া ।
আমাৰ চকুলোৰে পানী দি জীয়ালোঁ
মাণিকী মধুৰি ধান
আমাৰ চকুলোৰে পানী দি জীয়ালোঁ
মাণিকী মধুৰি ধান
তোমালৈ আনিছোঁ জগতৰে শইচ
হেৰা অ’ নিমাতি মান
তোমালৈ আনিছোঁ জগতৰে শইচ
হেৰা অ’ নিমাতি মান
সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া
সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া
আমাৰ চকুলোৰে পানী দি জীয়ালোঁ
মাণিকী মধুৰি ধান
আমাৰ চকুলোৰে পানী দি জীয়ালোঁ
মাণিকী মধুৰি ধান
তোমালৈ আনিছোঁ জগতৰে শইচ
হেৰা অ’ নিমাতি মান
তোমালৈ আনিছোঁ জগতৰে শইচ
হেৰা অ’ নিমাতি মান
সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া
সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া
অনুগ্ৰহ কৰি চেনেলটো চাবচ্ক্ৰাইব কৰিব।
#silpidivash #jyotisangeet #flute #binaramdeori #সেউজীসেউজীসেউজীঅ #বাঁহীৰসুৰ
Видео সেউজী সেউজী সেউজী অ’ // মৰিগাঁৱৰ শিল্পী বীণাৰাম দেউৰীৰ বাঁহীৰ সুৰত জ্যোতি সঙ্গীত канала Anything You Want
সেউজী সেউজী সেউজী অ’ // মৰিগাঁৱৰ শিল্পী বীণাৰাম দেউৰীৰ বাঁহীৰ সুৰত জ্যোতি সঙ্গীত বাঁহীৰ সুৰ
বাঁহীৰ সুৰত জ্যোতি সঙ্গীত
seuji seuji seuji o lyrics
xeuji xeuji lyrics
জ্যোতি সঙ্গীত
সেউজী সেউজী সেউজী অ’
মৰিগাঁও শঙ্কৰী সঙ্গীত বিদ্যালয়
শিল্পী দিৱস
১৭ জানুৱাৰী
বীনাৰাম দেউৰী
বীণাৰাম দেউৰীৰ বাঁহীৰ সুৰ
শিল্পী
সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া
সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া
সোণোৱালী শস্যৰ পথাৰ কোলাত শোভে
ৰ’দালীৰে ফুল-ফল সেন্দুৰীয়া
সোণোৱালী শস্যৰ পথাৰ কোলাত শোভে
ৰ’দালীৰে ফুল-ফল সেন্দুৰীয়া
সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া ।
সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া ।
আমাৰ চকুলোৰে পানী দি জীয়ালোঁ
মাণিকী মধুৰি ধান
আমাৰ চকুলোৰে পানী দি জীয়ালোঁ
মাণিকী মধুৰি ধান
তোমালৈ আনিছোঁ জগতৰে শইচ
হেৰা অ’ নিমাতি মান
তোমালৈ আনিছোঁ জগতৰে শইচ
হেৰা অ’ নিমাতি মান
সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া
সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া
আমাৰ চকুলোৰে পানী দি জীয়ালোঁ
মাণিকী মধুৰি ধান
আমাৰ চকুলোৰে পানী দি জীয়ালোঁ
মাণিকী মধুৰি ধান
তোমালৈ আনিছোঁ জগতৰে শইচ
হেৰা অ’ নিমাতি মান
তোমালৈ আনিছোঁ জগতৰে শইচ
হেৰা অ’ নিমাতি মান
সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া
সেউজী সেউজী সেউজী অ’
সেউজী ধৰণী ধুনীয়া
অনুগ্ৰহ কৰি চেনেলটো চাবচ্ক্ৰাইব কৰিব।
#silpidivash #jyotisangeet #flute #binaramdeori #সেউজীসেউজীসেউজীঅ #বাঁহীৰসুৰ
Видео সেউজী সেউজী সেউজী অ’ // মৰিগাঁৱৰ শিল্পী বীণাৰাম দেউৰীৰ বাঁহীৰ সুৰত জ্যোতি সঙ্গীত канала Anything You Want
Показать
Комментарии отсутствуют
Информация о видео
Другие видео канала
![Wow!!! Cricket Respected Moment!! Salute!!! #cricket](https://i.ytimg.com/vi/RXdTr3H7vtM/default.jpg)
![তোৰে মোৰে আলোকৰে যাত্ৰা](https://i.ytimg.com/vi/U38zmRruHkg/default.jpg)
![Morning Meditation // Mind Refresh // Mind Food // Mind Relax // ৰাতিপুৱাৰ ধ্যান //](https://i.ytimg.com/vi/9gBtfpIy8U4/default.jpg)
![আই নাম // হৰি নাম // Aai Naam // Harinam // Assamese Dihanam](https://i.ytimg.com/vi/bOIqHE6k2lE/default.jpg)
![😱Acting is my primary right🤷♂️ #shorts #acting](https://i.ytimg.com/vi/tV3DMlDw7rk/default.jpg)
![ছয়যোৰ বৰতালেৰে নাগাৰা নাম//চাংসাৰি নামতি দল//Nagara Naam //Sangsari Namati Dal//Mahabharat](https://i.ytimg.com/vi/fyRcN2oGUXU/default.jpg)
![পাটেকিবড়ি থানৰ এদিনৰ সম্পূৰ্ণ নাম প্ৰসঙ্গ // Patekibori Than /Birth Place of SriSri Manta Sankardev](https://i.ytimg.com/vi/Awg0d5eUykY/default.jpg)
![Unbeatable challange #shorts #ytshorts #sports](https://i.ytimg.com/vi/HgOzoG6kjrM/default.jpg)
![Shocking Cricket!!!!! Shocking Fielding!!!!! Strange Cricket!!!!](https://i.ytimg.com/vi/WOUGrx_nf04/default.jpg)
![Cricketers Fun Moment #cricketfun](https://i.ytimg.com/vi/OQJuy_OU0pY/default.jpg)
![মোৰ গান হওক তপন শৰাই](https://i.ytimg.com/vi/WaCTV_DMyuE/default.jpg)
![One Ball Two Wicket!!!!!! Strange!!!!!!!! Shocking Moment in Cricket!!!!!!!](https://i.ytimg.com/vi/TVdve8_tuZk/default.jpg)
![Krishna Flute 10 Minute Meditation // Flute #meditation #meditationmusic #relaxation #relaxingmusic](https://i.ytimg.com/vi/e-PAgJbGbSU/default.jpg)
![কেকে মোহন // কে কে মোহনৰ কমেডি //KK Mohan //Comedy // #kkmohan](https://i.ytimg.com/vi/0u7pnLY8SoQ/default.jpg)
![আমাৰে সখীয়া আকুল বিয়াকুলে // মৰিগাঁৱৰ শিল্পী বীণাৰাম দেউৰীৰ বাঁহীৰ সুৰত জ্যোতি সঙ্গীত](https://i.ytimg.com/vi/JNw7Wf1hDPo/default.jpg)
![নাগাৰা নাম ৷৷ চাংসাৰি নামতি দল ৷৷সম্পূৰ্ণ মহাভাৰত ৷৷কৰ্ণ আখ্যান ৷৷ Nagara Nam ৷৷ Sansari Namati Dal](https://i.ytimg.com/vi/EwBXXe7qEUw/default.jpg)
![❤️🔥Bhabi Ki Fire Dance ❤️🔥 viral bhabi❤️🔥 #shorts #bhabikidance](https://i.ytimg.com/vi/R99wiegDDG4/default.jpg)
![#টোকাৰি_গীত #tukarigeet #Tukari #geet #ভক্তি_গীত](https://i.ytimg.com/vi/klF70GDh7pU/default.jpg)
![বৰগীত ৷৷ পুৱাতে শুনিলে দিনটো শুভ হ'ব৷](https://i.ytimg.com/vi/DPzcTEnR6jM/default.jpg)
![bittergroudcutting #shorts #viral #trending](https://i.ytimg.com/vi/AQRTOtCO_h4/default.jpg)
![বিলতে হালিছে II Bilote Halise II বিষ্ণু প্ৰসাদ ৰাভা গীত II নগাঁও অনাতাঁৰ কেন্দ্ৰত বাণীবদ্ধ গীত](https://i.ytimg.com/vi/0IP1dHCDvQg/default.jpg)