Загрузка...

#podcast THE মনCAST (EP-1) স্বাস্থ্য বিশেষজ্ঞ দেৱোত্তম অসমৰ সৈতে THE MONCAST

ডী ডী নিউজ অসমত নতুনৰ উকমুকনি

আন অনুষ্ঠানবোৰতকৈ কিছু পৃথক আৰু ব্যতিক্ৰম

THE MONCAST- ডী ডী নিউজ অসমৰ নতুন পডকাষ্ট!

‘মনCAST’ এনে এখন নতুন মঞ্চ,য’ত আপোনালোকে চাবলৈ পাব দৈনন্দিন বাতৰিতকৈ গভীৰ বাৰ্তালাপ।
আইন প্ৰণয়নকাৰীৰ পৰা সংগীত জগতৰ তাৰকালৈকে, ৰাজনৈতিক নেতাৰ পৰা সাহিত্য-সংস্কৃতিৰ সাধকলৈকে,অসমৰ বিভিন্ন ক্ষেত্ৰলৈ ইতিবাচক পৰিৱৰ্তন অনা,সপোনক বাস্তৱায়িত কৰা তথা নতুন দিনৰ বুনিয়াদ গঢ়া ব্যক্তিয়ে ‘মনCAST’ত পাতিব মনৰ কথা।

অকথিত কাহিনীৰ পৰা অকল্পনীয় সম্ভাৱনালৈকে,

অযুত বিষয় সামৰি,

মুকলি মনৰ মুকলি কথাঃ 'মনCAST’

‘মনCAST’- য’ত অসমে কথা পাতিব, ভাৱিব আৰু নতুন ধাৰণা গঢ়িব

নতুন সময়ৰ এখন নতুন মঞ্চ-‘মনCAST’

আপুনি আমাৰ লগত আছেনে?

‘মনCAST’ৰ প্ৰথমটো খণ্ডত শৰীৰ, মন, জীৱন ভালে ৰখাৰ বাবে প্ৰয়োজনীয় বহু কথা সামৰি স্বাস্থ্য বিশেষজ্ঞ দেৱোত্তম অসম
@DevottomAxom
#TheMoncast #VoicesOfAssam #DDNewsAssam #NewFormatNewAge #AssamOnAir #DevottomAxom #healthcare #healthcarereform #medicalnews #childhealth #liverdisease #intermittentfasting #intermittentfastingresults #diabetes #fitness #fitnessmotivation #FitnessJourney #MentalHealth #rapidfire #assam #assamese #ddnewsassamese #ddnewsassamese
00:00 PRECAP
02:35 INTRODUCTION
05:08 CHILDHOOD
12:19 ARMY JOURNEY
25:35 HEALTH & FITNESS TALK
41:40 HEALTH OR FITNESS ADVICE FOR HONORABLE CM
52:12 ABOUT INTERMITTENT FASTING
01:18:58 RAPIDFIRE

Видео #podcast THE মনCAST (EP-1) স্বাস্থ্য বিশেষজ্ঞ দেৱোত্তম অসমৰ সৈতে THE MONCAST канала DD News Assamese
Страницу в закладки Мои закладки
Все заметки Новая заметка Страницу в заметки