Загрузка...

Guwahati ৰ ভিন্ন স্থানৰ বাসিন্দালৈ সতৰ্কবাণী || যিকোনো মূহুৰ্তত ঘটিব পাৰে অঘটন!

গুৱাহাটী মহানগৰীৰ বহু স্থানৰ বাসিন্দা সকললৈ সতৰ্কবাণী জাৰি কৰিছে দুৰ্যোগ প্ৰশমন বিভাগে। কামৰূপ মেট্ৰ'ৰ বিভিন্ন অঞ্চল পৰিদৰ্শন কৰি ৩৬৬ টাকৈ ভূমিস্খলনৰ সম্ভাৱনাৰ ঠাই চিনাক্ত কৰা হৈছে। পূৰ্বেই চিনাক্ত কৰা হৈছিল এই ভূমিস্খলনৰ সম্ভাৱনাৰ ঠাইসমূহ। বিশেষকৈ বৰষুণ বতৰত ভূমিস্খলনৰ সম্ভাৱনাৰ ঠাইৰ বাসিন্দা সকল সাৱধান হোৱা উচিত।শেহতীয়াকৈ সামাজিক মাধ্যমত এই অঞ্চলসমূহৰ কেইবাটাও দৃশ্য দেখুৱাই ৰাইজলৈ সতৰ্কতা জাৰি কৰিছে। বিভাগটোৱে।
#landslidealert #assamnews #guwahaticity #indiatodayneassam

Subscribe to IndiaTodayNE for NEW VIDEOS EVERY DAY and be sure to enable Push Notifications so you never miss an update!

All you have to do is PRESS THE BELL ICON next to the Subscribe button!

IndiaTodayNE is Northeast India’s leading news channel, bringing you the latest news videos on Politics, Business, Sports, Culture, Lifestyle, Travel, Entertainment, and much more.

Stay tuned for the latest updates and in-depth analysis of news from the Northeast and across India!

/ indiatodayne
/ indiatodayne
/ indiatodayne
https://www.indiatodayne.in/

Видео Guwahati ৰ ভিন্ন স্থানৰ বাসিন্দালৈ সতৰ্কবাণী || যিকোনো মূহুৰ্তত ঘটিব পাৰে অঘটন! канала IndiaTodayNE Assam
Яндекс.Метрика
Все заметки Новая заметка Страницу в заметки
Страницу в закладки Мои закладки
На информационно-развлекательном портале SALDA.WS применяются cookie-файлы. Нажимая кнопку Принять, вы подтверждаете свое согласие на их использование.
О CookiesНапомнить позжеПринять