Загрузка...

কাৰ্বন কি আৰু ইয়াৰ বন্ধনি কি | Class 10 science Chapter 4 Full Concept | by Nayan sir

কাৰ্বন কি আৰু ইয়াৰ বন্ধন | Class 10 science Chapter 4 Full Concept | by Nayan sir

অসমীয়া মাধ্যমৰ দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকল! আজিৰ এই ভিডিঅ’ত আমি বিজ্ঞানৰ চতুৰ্থ অধ্যায় - "কাৰ্বন আৰু তাৰ যৌগ" ৰ সম্পূৰ্ণ ধাৰণা (Full Concept) সহজ ভাষাত আলোচনা কৰিছোঁ। এই ভিডিঅ’টোত বিশেষভাৱে তলৰ বিষয়সমূহ বুজোৱা হৈছে:
✅ কাৰ্বন কি? (What is Carbon?) ✅ কাৰ্বনৰ যোজ্যতা কি? (Valency of Carbon) ✅ সহযোজী বন্ধনি কিদৰে গঠিত হয়? (Covalent Bonding in Carbon) ✅ কাৰ্বনৰ চতুৰ্সহযোজ্যতা (Tetravalency) ✅ কেটিনেচন ধৰ্ম কি? (Catenation Property)
Class 10 Science Chapter 4 ৰ বাকী অংশবোৰৰ বাবে আমাৰ সৈতে জড়িত হৈ থাকক!

#Class10Science #CarbonAndItsCompounds #AssameseMedium #ScienceChapter4 #AssamBoard #HSLC

Видео কাৰ্বন কি আৰু ইয়াৰ বন্ধনি কি | Class 10 science Chapter 4 Full Concept | by Nayan sir канала Prioptics Education
Яндекс.Метрика
Все заметки Новая заметка Страницу в заметки
Страницу в закладки Мои закладки
На информационно-развлекательном портале SALDA.WS применяются cookie-файлы. Нажимая кнопку Принять, вы подтверждаете свое согласие на их использование.
О CookiesНапомнить позжеПринять