Загрузка страницы

কুকাৰত বনোৱা পিঠাগুৰিৰ কেক - Cake Recipe Assamese - Assamese cake - Assamese Recipes

কুকাৰত বনোৱা পিঠাগুৰিৰ কেক
অসমীয়া ৰান্ধনিঘৰলৈ স্বাগতম।এতিয়া বিহুৰ বতৰ।এতিয়াই মিঠা নাখায় খাব কেতিয়া।তাতে কেক খাবলৈ কিবা সময় বা উৎসব হব লাগিছেনে? মন গলেই খাওঁ আমি নহয়নে।ময়দাৰ কেকৰ সলনি ঘৰতে হাততে পোৱা সামগ্ৰীৰে বনোৱা কেক খাবলৈ খুউব ভাল তাতে হেল্দি ও।বনাবলেও সহজ।সেয়ে আজি পিঠাগুৰিৰে কেক বনাওঁ আহক।পিঠাগুৰিৰ কেক খাবলৈ খুউব ধুনীয়া কোমল,ফুচফুচীয়া লগতে হেল্দিও হয়।তাতে অভেন বা মাইক্ৰৱেভৰ ও কোনো প্ৰয়োজন নাই (থকা সকলে ইউজ কৰিব পাৰে) আপোনাৰ ভাত দাইল ৰন্ধা কুকাৰতটোতে ধুনীয়া কেক বনাওক আৰু বিহুৰ আনন্দ উপভোগ কৰক।

Видео কুকাৰত বনোৱা পিঠাগুৰিৰ কেক - Cake Recipe Assamese - Assamese cake - Assamese Recipes канала অসমীয়া ৰান্ধনীঘৰ Axomiya Randhonighor
Показать
Комментарии отсутствуют
Введите заголовок:

Введите адрес ссылки:

Введите адрес видео с YouTube:

Зарегистрируйтесь или войдите с
Другие видео канала
পিঠাগুৰিৰ কেক || Rice Flour Cake || pithagurir cake || Assamese Cake Recipeপিঠাগুৰিৰ কেক || Rice Flour Cake || pithagurir cake || Assamese Cake Recipeতিলপিঠা বনাবলৈ মিস্কিত খুন্দাৰ পৰা বনোৱালৈকে লগতে তিলপুৰ,নাৰিকল পুৰৰ পদ্ধতি| মিহি পাতল,ধুনীয়া …তিলপিঠা বনাবলৈ মিস্কিত খুন্দাৰ পৰা বনোৱালৈকে লগতে তিলপুৰ,নাৰিকল পুৰৰ পদ্ধতি| মিহি পাতল,ধুনীয়া …পাউদাৰ গাখীৰৰ লাল মোহন |Milk powder gulab jamun |  Powder gakhiror Lal Mohan | gulab jamun |পাউদাৰ গাখীৰৰ লাল মোহন |Milk powder gulab jamun | Powder gakhiror Lal Mohan | gulab jamun |Suji ladoo | চুজিৰ লাৰু | প্ৰচণ্ড শক্তিশালী চাহকাপ | অতি জৰুৰী |Taruphukan health benefits recipeSuji ladoo | চুজিৰ লাৰু | প্ৰচণ্ড শক্তিশালী চাহকাপ | অতি জৰুৰী |Taruphukan health benefits recipeভাত বনোৱা চচপেনত কেক বনাওঁ আহক - Saucepan cake - Assamese Cake Recipe - ভাতেৰ হাড়িঁতে সহজ কেকভাত বনোৱা চচপেনত কেক বনাওঁ আহক - Saucepan cake - Assamese Cake Recipe - ভাতেৰ হাড়িঁতে সহজ কেকভাপত দিয়া চুজি | নিমখীয়া আৰু মিঠা |  Bhapa Suji 2 types | Assamese recipe | Easy healthy recipeভাপত দিয়া চুজি | নিমখীয়া আৰু মিঠা | Bhapa Suji 2 types | Assamese recipe | Easy healthy recipeEgg Paneer|Non veg |কণীৰে পনীৰ বনাইছেনে?মাছ,মাংস জুতি পাহৰিব |Assamese Egg paneer masala gravy 😋Egg Paneer|Non veg |কণীৰে পনীৰ বনাইছেনে?মাছ,মাংস জুতি পাহৰিব |Assamese Egg paneer masala gravy 😋Banana flower 2 recipes |কলডিলৰ পিটিকা ,ফুলৰ বড় খাইছেনে ?ভাৱিব নোৱৰা জুতি| হিম'গ্লবিনে ভৰপুৰ healthyBanana flower 2 recipes |কলডিলৰ পিটিকা ,ফুলৰ বড় খাইছেনে ?ভাৱিব নোৱৰা জুতি| হিম'গ্লবিনে ভৰপুৰ healthyগজা | ঘৰতে হোটেলৰ দৰে গজা বনাই খাওক | Goja recipeগজা | ঘৰতে হোটেলৰ দৰে গজা বনাই খাওক | Goja recipeএইকেক এবাৰ খালেই আকৌ খাবৰ মন যাব - চুজিৰ কোমল, হেল্দি, টেষ্টি কেক - How to make Soft spongy Cakeএইকেক এবাৰ খালেই আকৌ খাবৰ মন যাব - চুজিৰ কোমল, হেল্দি, টেষ্টি কেক - How to make Soft spongy Cakeচচপেনত বনোৱা এগলেচ আটা কেক I Eggless Atta Cake without Oven I Cake Recipe in Assameseচচপেনত বনোৱা এগলেচ আটা কেক I Eggless Atta Cake without Oven I Cake Recipe in Assameseমিনিটতে বনাওঁক আমৰ আচাৰ- বৰষুনৰ বতৰতো বনাওঁক আচাৰ-Aam Achar in Assamese - Sweet n Sour Mango Pickleমিনিটতে বনাওঁক আমৰ আচাৰ- বৰষুনৰ বতৰতো বনাওঁক আচাৰ-Aam Achar in Assamese - Sweet n Sour Mango PickleSteamed rice flour cake|ভাপত দিয়া কেক|কণী,তেল ব্যৱহাৰ নকৰাকৈ ষ্টিলৰ বাতিতে৫-৬ টাকৈ কেক বনাওক|চচপেনতSteamed rice flour cake|ভাপত দিয়া কেক|কণী,তেল ব্যৱহাৰ নকৰাকৈ ষ্টিলৰ বাতিতে৫-৬ টাকৈ কেক বনাওক|চচপেনতকোমল ৰসগোল্লা বনোৱাৰ আটাইতকৈ সহজ উপায় ৷ Rosogolla Recipe in Assamese I Sponge Rosgulla Recipeকোমল ৰসগোল্লা বনোৱাৰ আটাইতকৈ সহজ উপায় ৷ Rosogolla Recipe in Assamese I Sponge Rosgulla Recipeঅতি সহজে বেকাৰি Style ত বনোৱা আইচিং কেক | Black Forest Cake | Chitrashree's kitchen |অতি সহজে বেকাৰি Style ত বনোৱা আইচিং কেক | Black Forest Cake | Chitrashree's kitchen |চুজিৰ লালমোহন অতি সহজে ঘৰতে বনাব পৰা | Lockdown t মিঠাই খাব মন গলে বনাই খাই চাব বিৰাট টেষ্টি হয় |চুজিৰ লালমোহন অতি সহজে ঘৰতে বনাব পৰা | Lockdown t মিঠাই খাব মন গলে বনাই খাই চাব বিৰাট টেষ্টি হয় |বেঙেনাৰ এটা নতুন সোৱাদ - এইদৰে খাইছেনে কেতিয়াবা ?Assamese Recipe -Bengali Doi Begun -Eggplant Recipeবেঙেনাৰ এটা নতুন সোৱাদ - এইদৰে খাইছেনে কেতিয়াবা ?Assamese Recipe -Bengali Doi Begun -Eggplant Recipeকনী, বেকিং পাউডাৰ, ময়দা আৰু অভেন নোহোৱাকৈ মাত্ৰ ৩টা বস্তুৰে বনোৱা কেক | Eggless Biscuit Cakeকনী, বেকিং পাউডাৰ, ময়দা আৰু অভেন নোহোৱাকৈ মাত্ৰ ৩টা বস্তুৰে বনোৱা কেক | Eggless Biscuit Cakeকণী নিদিয়াকৈ বনোৱা পিঠাগুৰিৰ কেক । Eggless Cake Without Oven | Rice Flour Cake without Egg and Ovenকণী নিদিয়াকৈ বনোৱা পিঠাগুৰিৰ কেক । Eggless Cake Without Oven | Rice Flour Cake without Egg and OvenTekeli Pitha কেটলি মুখত দিয়া/ভাপত দিয়া/টেকেলি পিঠা Steamed Rice Flour Cake Bihu Special RecipeTekeli Pitha কেটলি মুখত দিয়া/ভাপত দিয়া/টেকেলি পিঠা Steamed Rice Flour Cake Bihu Special Recipe
Яндекс.Метрика