Загрузка страницы

কংক্ৰিটৰ ছাদ এখন কেনেকৈ নিৰ্মাণ কৰিব লাগে: প্ৰতিটো পদক্ষেপৰ নিৰ্দেশনা | আল্ট্ৰাটেক

এই ভিডিঅ'টোৰ জৰিয়তে আমি আপোনালোকক কংক্ৰিটৰ ছাদ কেনেকৈ নিৰ্মাণ কৰিব পাৰি সেয়া জনাম। আমি আপোনাক ছাদ নিৰ্মাণ প্ৰক্ৰিয়াৰ প্ৰতিটো পদক্ষেপৰ (ষ্টেপ বাই ষ্টেপ) বিষয়ে বুজাম।

চালখন ঘৰ এটাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংশসমূহৰ এটা কাৰণ ই আপোনাক বতাহ আৰু বৰষুণৰ পৰা ৰক্ষা কৰে। ছাদ নিৰ্মাণৰ বিষয়ে কেইটামান কথা বুজি পাবলৈ এই ভিডিঅ'টো চাওক।

আমি কি সামৰি লৈছো?
পাতনি - 00:00
আৰচিচি ৰুফিং - 00:12
কংক্ৰিটৰ ছাদ নিৰ্মাণৰ পদক্ষেপসমূহ - 00:25
সাৰাংশ - 01:36

কংক্ৰিটৰ ছাদ কেনেকৈ নিৰ্মাণ কৰিব লাগে তাৰ চেকলিষ্ট হৈছে তলত দিয়াসমূহ
1. ছাদ নিৰ্মাণৰ বাবে শ্বাটাৰিং কৰা হয়। ইয়াক কাঠ বা তীখাৰ পৰা তৈয়াৰ কৰা হয়। ইয়াক সহায় কৰিবলৈ বাঁহ বা স্কেফ'ল্ডিং প্ৰপ (ঢোকা দিয়া সঁজুলি) ব্যৱহাৰ কৰা হয় যাতে গঠনটো ভাঙি নাযায়;
2. তাৰ পাছত কাষত বেঁকা কৰা বাৰৰ সৈতে ষ্টীলৰ বাৰেৰে নিৰ্মিত জালিখন ৰখা হয়;
3. এই ষ্টীলৰ ৰডবোৰৰ তলত কভাৰ ব্লক ৰখা হয় যিয়ে বাৰবোৰক নিজৰ ঠাইত স্থিৰ কৰি ৰাখে;
4. বালি, চিমেণ্ট আৰু গোটা পদাৰ্থৰ কংক্ৰিটৰ মিশ্ৰণ ঢালি দিয়া হয়;
5. মিশ্ৰণত ৱেদাৰ প্ৰ’ৰ দৰে ৱাটাৰপ্ৰুফিং কম্পাউণ্ড যোগ কৰা হয়;
6. কংক্ৰিট স্থাপন কৰাৰ পিছত কম্পেক্টিঙৰ প্ৰক্ৰিয়া আৰম্ভ হয়;
7.কংক্ৰিট সঠিকভাৱে লেভেলিং কৰাটো গুৰুত্বপূৰ্ণ। কম্পেক্টিঙৰ পাছৰ পৰৱৰ্তী পদক্ষেপটো হ’ল ফিনিশ্বিং। শ্লেৱখনৰ ওপৰৰ পৃষ্ঠত কিউৰিঙৰ বাবে সৰু সৰু পাউণ্ড নিৰ্মাণ কৰা হয়। 2-3 সপ্তাহলৈকে গঠনটো কিউৰ কৰা হয়। এইটোৱে আপোনাৰ শ্লেৱখনক শক্তিশালী কৰে;
8.তাৰ পাছত শ্বাটাৰিং আঁতৰাই পেলাওক। এনেদৰেই ঘৰৰ বাবে পকী ছাদ তৈয়াৰ কৰা হয়।

ঘৰ-নিৰ্মাণৰ বিষয়ে অধিক জানিবলৈ আল্ট্ৰাটেক চিমেণ্টৰ #BaatGharKi চাই থাকক।
আল্ট্ৰাটেক হৈছে ভাৰতৰ 1 নং চিমেণ্ট আৰু ভাৰতৰ ভিতৰতে গ্ৰে' চিমেণ্ট, ৰেডি মিক্স কংক্ৰিট (আৰএমচি) আৰু বগা চিমেণ্টৰ সৰ্ববৃহৎ নিৰ্মাতা। ইয়াৰ উপৰিও ই হৈছে বিশ্বজুৰি শীৰ্ষ চিমেণ্ট উৎপাদনকাৰীসমূহৰ ভিতৰত অন্যতম। ব্ৰেণ্ড হিচাপে আল্ট্ৰাটেকে ‘শক্তি’, ‘নিৰ্ভৰযোগ্যতা’ আৰু ‘উদ্ভাৱন’ক সামৰি লৈছে। এই বৈশিষ্ট্যসমূহে একেলগে অভিযন্তাসকলক নিজৰ কল্পনাৰ সীমা বহল কৰি নতুন ভাৰতক সংজ্ঞায়িত কৰা ঘৰ, অট্টালিকা আৰু গঠন সৃষ্টি কৰিবলৈ অনুপ্ৰাণিত কৰে।

ৰুফিং | কংক্ৰিটৰ ছাদ | শ্বাটাৰিং | কম্পেক্টিং | হোম বিল্ডিং | এটা ঘৰ নিৰ্মাণ কৰক | Kongkritor Saad ekhon kenekoi nirmaan korib laagey: Protitu podokhepor nirdesona |

আল্ট্ৰাটেক হ’ল ভাৰতৰ নাম্বাৰ 1 চিমেণ্ট৷ আল্ট্ৰাটেক চিমেণ্ট লিমিটেড হ’ল ভাৰতত গ্ৰে’ চিমেণ্ট, ৰেডী মিক্স কংক্ৰিট (RMC) আৰু হোৱাইট চিমেণ্টৰ সৰ্ববৃহৎ উৎপাদক৷ ই হ’ল বিশ্বৰ আগশাৰীৰ চিমেণ্ট উৎপাদকসমূহৰ অন্যতম৷ এটা ব্ৰেণ্ড হিচাপে আল্ট্ৰাটেক হ’ল ‘শক্তি’, ‘নিৰ্ভৰযোগ্যতা’ আৰু ‘সৃজনীশীলতা’ৰ প্ৰতীক৷ এই বৈশিষ্ট্যসমূহে ইঞ্জিনিয়াৰসকলক তেওঁলোকৰ কল্পনাৰ পৰিসৰ বহল কৰি সেইসমূহ ঘৰ, ভৱন তথা সংৰচনা নিৰ্মাণ কৰিবলৈ অনুপ্ৰেৰণা যোগায়, যিসমূহ হৈ উঠিব নৱ ভাৰতৰ পৰিচায়ক৷

অন্যান্য বাড়ি নির্মাণ টিপস এখানে আরো জানুন - https://www.ultratechcement.com/solutions/home-builder/building-tips
বাড়ি নির্মাণ সামগ্রী জন্য আপনার নিকটবর্তী UltraTech দোকান যান -https://www.ultratechcement.com/for-homebuilders/products/overview-building-product

#ৰুফিং #কংক্ৰিটৰ ছাদ

Видео কংক্ৰিটৰ ছাদ এখন কেনেকৈ নিৰ্মাণ কৰিব লাগে: প্ৰতিটো পদক্ষেপৰ নিৰ্দেশনা | আল্ট্ৰাটেক канала UltraTech Cement
Показать
Комментарии отсутствуют
Введите заголовок:

Введите адрес ссылки:

Введите адрес видео с YouTube:

Зарегистрируйтесь или войдите с
Информация о видео
26 апреля 2023 г. 11:51:03
00:02:13
Другие видео канала
ज़िम्मेदारी | Ravi Kishan | Ghar Ek Mauka Ek | UltraTech | Bhojpuriज़िम्मेदारी | Ravi Kishan | Ghar Ek Mauka Ek | UltraTech | Bhojpuriকংক্ৰিটৰ পৰীক্ষা: কংক্ৰিট পৰীক্ষা পদ্ধতি | Concreter Pariksha: Concrete Pariksha Paddhatiকংক্ৰিটৰ পৰীক্ষা: কংক্ৰিট পৰীক্ষা পদ্ধতি | Concreter Pariksha: Concrete Pariksha Paddhatiಏನಾದ್ರೂ ತೊಂದ್ರೆ ಆದರೆ? ಮನೆ ಒಮ್ಮೆ ಮಾತ್ರ ನಿರ್ಮಿಸಲು ಸಾಧ್ಯ | ಅಲ್ಟ್ರಾಟೆಕ್‌ ಸಿಮೆಂಟ್‌ಏನಾದ್ರೂ ತೊಂದ್ರೆ ಆದರೆ? ಮನೆ ಒಮ್ಮೆ ಮಾತ್ರ ನಿರ್ಮಿಸಲು ಸಾಧ್ಯ | ಅಲ್ಟ್ರಾಟೆಕ್‌ ಸಿಮೆಂಟ್‌কী ভাবে ফ্লোর স্ক্রিড করবেন? ফ্লোর স্ক্রিডিংয়ের টিপস | আলট্রাটেক সিমেন্টকী ভাবে ফ্লোর স্ক্রিড করবেন? ফ্লোর স্ক্রিডিংয়ের টিপস | আলট্রাটেক সিমেন্টपूर आल्यास टिकून राहणारे घर कसे बांधावे | अल्ट्राटेक सिमेंटपूर आल्यास टिकून राहणारे घर कसे बांधावे | अल्ट्राटेक सिमेंटಹಣ ಅಥವಾ ಹೆಸರು? ಯಾವುದನ್ನು ನೀವು ಆಯ್ಕೆ ಮಾಡುತ್ತೀರಿ? | ಅಲ್ಟ್ರಾಟೆಕ್‌ ಸಿಮೆಂಟ್‌ಹಣ ಅಥವಾ ಹೆಸರು? ಯಾವುದನ್ನು ನೀವು ಆಯ್ಕೆ ಮಾಡುತ್ತೀರಿ? | ಅಲ್ಟ್ರಾಟೆಕ್‌ ಸಿಮೆಂಟ್‌डॅम्प प्रुफिंग: ओल थांबविण्याच्या पद्धती आणि वापरण्यात येणारी मटेरिअल | अल्ट्राटेक सिमेंटडॅम्प प्रुफिंग: ओल थांबविण्याच्या पद्धती आणि वापरण्यात येणारी मटेरिअल | अल्ट्राटेक सिमेंटਭੂਚਾਲ ਰੋਧਕ ਘਰ ਨਿਰਮਾਣ ਟਿਪਸ | ਅਲਟ੍ਰਾਟੈਕ ਸੀਮੇਂਟਭੂਚਾਲ ਰੋਧਕ ਘਰ ਨਿਰਮਾਣ ਟਿਪਸ | ਅਲਟ੍ਰਾਟੈਕ ਸੀਮੇਂਟ#BaatGharKi Phir Se Episode 4 - Millennial’s Aspirations (Telugu)#BaatGharKi Phir Se Episode 4 - Millennial’s Aspirations (Telugu)ଆପଣଙ୍କ ଘରକୁ କିପରି ଓ୍ବାଟରପ୍ରୁଫିଂ କରିବେ? ଓ୍ବାଟରପ୍ରୁଫିଂ ଗାଇଡ୍ | ଅଲ୍ଟ୍ରାଟେକ୍ ସିମେଣ୍ଟଆପଣଙ୍କ ଘରକୁ କିପରି ଓ୍ବାଟରପ୍ରୁଫିଂ କରିବେ? ଓ୍ବାଟରପ୍ରୁଫିଂ ଗାଇଡ୍ | ଅଲ୍ଟ୍ରାଟେକ୍ ସିମେଣ୍ଟछोटे बाथरूम में कैसे जगह बनायें | Chote Bathroom Me Jagah Kaise Banaye | अल्ट्राटेक सीमेंटछोटे बाथरूम में कैसे जगह बनायें | Chote Bathroom Me Jagah Kaise Banaye | अल्ट्राटेक सीमेंटरवि दुबे के साथ - बात घर की | अल्ट्राटेक सीमेंटरवि दुबे के साथ - बात घर की | अल्ट्राटेक सीमेंटখেলিমেলি হৈ যায় যদি? ঘৰ কেৱল এবাৰহে সজা হয় | আল্ট্ৰাটেক চিমেণ্টখেলিমেলি হৈ যায় যদি? ঘৰ কেৱল এবাৰহে সজা হয় | আল্ট্ৰাটেক চিমেণ্টImportant Tips for Electrical Home Wiring While Building Home | UltraTech CementImportant Tips for Electrical Home Wiring While Building Home | UltraTech Cementपायाभरणी: घर बांधताना पायाभरणी करण्याच्या टिप्स | अल्ट्राटेक सिमेंटपायाभरणी: घर बांधताना पायाभरणी करण्याच्या टिप्स | अल्ट्राटेक सिमेंटमॉड्युलर किचन : तुमच्या घरासाठी मॉड्युलर किचन कसे बांधावे? | अल्ट्राटेक सिमेंटमॉड्युलर किचन : तुमच्या घरासाठी मॉड्युलर किचन कसे बांधावे? | अल्ट्राटेक सिमेंटಮುಂಗಾರಿನಲ್ಲಿ ಮನೆ ನಿರ್ಮಾಣ ಕೆಲಸ ಮಾಡುವಾಗ ತೆಗೆದುಕೊಳ್ಳಬೇಕಾದ ಮುಖ್ಯ ಮುಂಜಾಗ್ರತಾ ಕ್ರಮಗಳುಮುಂಗಾರಿನಲ್ಲಿ ಮನೆ ನಿರ್ಮಾಣ ಕೆಲಸ ಮಾಡುವಾಗ ತೆಗೆದುಕೊಳ್ಳಬೇಕಾದ ಮುಖ್ಯ ಮುಂಜಾಗ್ರತಾ ಕ್ರಮಗಳುConcealed Conduit Wiring: Concealed Wiring Tips | UltraTech CementConcealed Conduit Wiring: Concealed Wiring Tips | UltraTech Cementઘર પ્લમ્બિંગ સીસ્ટમની સમજ |  અલ્ટ્રાટેક સીમેન્ટઘર પ્લમ્બિંગ સીસ્ટમની સમજ | અલ્ટ્રાટેક સીમેન્ટதீபாவளி – அடுத்த வருஷத்திற்கு / அல்ட்ராடெக் சிமென்ட் | Tamilதீபாவளி – அடுத்த வருஷத்திற்கு / அல்ட்ராடெக் சிமென்ட் | Tamil
Яндекс.Метрика