Загрузка...

মনলৈ উভতি আহে লৰালি #missyouold #axomiya #assamesesongs #youtubeshorts #shortvideo #shortsfeed #yt

মনলৈ উভতি আহে লৰালি #missyouold #axomiya #assamesesongs #youtubeshorts #shortvideo #shortsfeed #yt
মনলৈ উভতি আহে লৰালি
জুবিন গাৰ্গৰ অসমীয়া গান
মনলৈ উভতি আহে লৰালি
Zubeen Garag Assamese Song Monoloi uvati Ahe Lorali
_________

মনলৈ উভতি আহে ল’ৰালি
______

মনলে’ উভতি আহে ল’ৰালি

তোৰে মোৰে এটি এটি ধেমালি

আছিলো তোৰে মৰমতে খেলি

মোৰো ভাল লাগে তোকে সুঁৱৰি

মনলৈ.....



তোকে ঐ দেখোঁ মই বুকুৰে এটি এটি সপোন

আবেগে ওপচে ভাবিলো তয়েতো মোৰ আশাৰে জোন

ময়ো দেখোঁ সপোন দিনে-ৰাতিয়ে সোণ

প্ৰায়েই আজিকালি !!

ল’ৰালি আজিওচোন আঁতৰা নাই

কিনো কওঁ দাদা ময়ো তোৰেহে ভাই

মনলে’......

কিদৰে পাহৰো তোৰে মৰমকে তোৰে চেনেহকে

কথা দিলোঁ আজি আমিয়েই আজুৰি

তোৰে সপোনকে

আগলৈ হ’বি তই মোৰ পৰিচয়

আৰু লাগিছেনো কি ?

মোৰো মন তোলৈকে আনিম এজনী

বহুতৰ মাজৰ পৰা বাছি বাছি

কইনা সাজে আহিবি মবৌজনী

মানুহে মানুহ ভৰিব নবৌজনি

মানুহে মানুহ ভৰিব ৰভাতলী ।।
_________

#ytshorts #ytshots #ytshortsindia #ytviral #yt_shorts #ytvideo #subhasaxom #shortsfeed #lovestory #missyou #whatsappstatus #assamese

_________

Facebook page -Love Assam 💫

Facebook page -Subhas axom 💫

Facebook profile -Subhas axom 💫

Instagram - Subhas Axom Fb 💫

____________

Subscribers @SubhasAxom @DimpusVlogs @TelsuraVideo123 @entertainmentofassam108

Видео মনলৈ উভতি আহে লৰালি #missyouold #axomiya #assamesesongs #youtubeshorts #shortvideo #shortsfeed #yt канала Subhas Axom
Яндекс.Метрика
Все заметки Новая заметка Страницу в заметки
Страницу в закладки Мои закладки
На информационно-развлекательном портале SALDA.WS применяются cookie-файлы. Нажимая кнопку Принять, вы подтверждаете свое согласие на их использование.
О CookiesНапомнить позжеПринять