Загрузка страницы

কেৰেলাৰ পৰা ঘূৰি ধেমাজিৰ জিতু গগৈয়ে গাঁৱতে গঢ়িলে বিশাল ফাৰ্ম ৷ ১০ মাহত ১৪ লাখ টকাৰ উপাৰ্জন ৷

কেৰেলাৰ পৰা ঘূৰি ধেমাজিৰ জিতু গগৈয়ে গাঁৱতে গঢ়িলে বিশাল ফাৰ্ম ৷ ১০ মাহত ১৪ লাখ টকাৰ উপাৰ্জন ৷
জীৱিকাৰ সন্ধানত এদিন তেওঁ উপস্থিত হৈছিলগৈ কেৰেলাত ৷ এটি ফেক্টৰীত আৰম্ভ কৰিছিল শ্ৰমিকৰ কাম ৷

এদিন তেওঁ ঠিক কৰিলে যে কেৰেলাত আৰু নকটায় কষ্টকৰ জীৱন ৷ সেয়ে ঘৰলৈ ঘূৰি আহি সৰু বৰ যিকোনো কামেৰে স্বাৱলম্বী হোৱাৰ সিদ্ধান্ত ল’লে ৷ গাঁৱত আহি আৰম্ভ কৰিলে এখন বয়লাৰ ফাৰ্ম ৷
সেয়াই আৰম্ভণি ৷ ধেমাজিৰ মৰিধল হাঁহচৰা গাৱৰ সন্তান জিতু গগৈ আৰু থমকি নৰ’ল ৷ গঢ়ি তুলিলে গাহৰিৰ বৃহ্ৎ ফাৰ্ম ৷ আৰম্ভ কৰিলে ব্লেক চিকেনৰ ফাৰ্ম , কয়লাৰ ফাৰ্মৰ লগতে মৎস্য পালন ৷

কিন্তু ২০২০ চনৰ প্ৰথম ভাগত অহা আফ্ৰিকান স্বোৱান ফিভাৰত জিতু গগৈৰ ২২০ টা গাহৰিৰ মৃত্যু হয় আৰু হতাশাৰ ডাৱৰে তেওঁৰ জীৱন আগুৰি ধৰে ৷

হাতসৱাতি ভাগ্যৰ ওপৰত বিশ্বাস কৰা মানুহ নহয় জিতু গগৈ ৷ সেয়ে ২০২০ চনৰ শেষৰ ভাগলৈ পুনৰ গাহৰি ফাৰ্ম আৰম্ভ কৰিলে ৷ এতিয়া ৮০ টাৰো অধিক গাহৰি আছে গগৈৰ ফাৰ্মত ৷ বিগত ১০ মাহত বিক্ৰী কৰিছে প্ৰায় ১৪ লাখ টকাৰ গাহৰি ৷

গাহৰি ফাৰ্ম, ব্লেক চিকেন, কয়লাৰ, মৎস্য পালনৰ লগতে জিতু গগৈয়ে শেহতীয়াকৈ আৰম্ভ কৰিছে ড্ৰেগন গছৰ খেতি ৷ আহকচোন উদ্যমী অসমীয়া খেতিয়ক জিতু গগৈৰ লগত কথা পাতো ৷
jitu gogoi - 9101620716
uparjan.in

Видео কেৰেলাৰ পৰা ঘূৰি ধেমাজিৰ জিতু গগৈয়ে গাঁৱতে গঢ়িলে বিশাল ফাৰ্ম ৷ ১০ মাহত ১৪ লাখ টকাৰ উপাৰ্জন ৷ канала UPARJAN
Показать
Комментарии отсутствуют
Введите заголовок:

Введите адрес ссылки:

Введите адрес видео с YouTube:

Зарегистрируйтесь или войдите с
Информация о видео
9 ноября 2021 г. 12:36:04
00:23:51
Другие видео канала
দৈনিক ২২শ কণী উৎপাদন হয় ধেমাজিৰ গোহাই গাঁৱৰ “ডকচেফ ”ফাৰ্মত  | Layer chicken Farm In Assamদৈনিক ২২শ কণী উৎপাদন হয় ধেমাজিৰ গোহাই গাঁৱৰ “ডকচেফ ”ফাৰ্মত | Layer chicken Farm In Assamলোকেল কুকুৰা পালনৰ কৌশল A to Z | Local Chicken Rearing In Assamলোকেল কুকুৰা পালনৰ কৌশল A to Z | Local Chicken Rearing In Assamশূন্যৰ পৰা কোটিটকীয়া ব্যৱসায়ীত পৰিণত হোৱা নুৰৰ কাহিনী | Noor fashionশূন্যৰ পৰা কোটিটকীয়া ব্যৱসায়ীত পৰিণত হোৱা নুৰৰ কাহিনী | Noor fashionPig Farming // Piggery Farm in Assam // Pig Farming in Assam // গাহৰি পালন / Gahori Palon / Pig FarmPig Farming // Piggery Farm in Assam // Pig Farming in Assam // গাহৰি পালন / Gahori Palon / Pig FarmAaje gahori bikri kora hoi/Bapon boro/Epesode 9Aaje gahori bikri kora hoi/Bapon boro/Epesode 9আধুনিক পদ্ধতিৰে নিৰ্মিত গাহৰিৰ ফাৰ্ম গুৱাহাটীত | BOKASHI PIGGERY | BOKASHI pig farming Processআধুনিক পদ্ধতিৰে নিৰ্মিত গাহৰিৰ ফাৰ্ম গুৱাহাটীত | BOKASHI PIGGERY | BOKASHI pig farming Processকোম্পানীৰ চাকৰি এৰি গাঁৱত আৰম্ভ কৰিলে থলুৱা ছাগলী ফাৰ্ম | Goat Farming In Assamকোম্পানীৰ চাকৰি এৰি গাঁৱত আৰম্ভ কৰিলে থলুৱা ছাগলী ফাৰ্ম | Goat Farming In AssamHow To Make No-Smell PIG HOUSE! Backyard Piggery, Very Clean Method// NO FLIES AND NO SMELL!How To Make No-Smell PIG HOUSE! Backyard Piggery, Very Clean Method// NO FLIES AND NO SMELL!লকডাউনত বিধ্বস্ত হৈ পৰা এজন গাড়ী মালিকৰ কাহিনী,আৰম্ভ কৰিলে পেপাৰ পেলেটৰ কাৰখানা paper plate businessলকডাউনত বিধ্বস্ত হৈ পৰা এজন গাড়ী মালিকৰ কাহিনী,আৰম্ভ কৰিলে পেপাৰ পেলেটৰ কাৰখানা paper plate businesslilen borgohain , an assamese businessmanlilen borgohain , an assamese businessmanআৰক্ষী কনিষ্টবল সীমান্তৰ ফাৰ্মত  ৫০০০বয়লাৰ | প্ৰতি ৪০ দিনত উপাৰ্জন কৰে ৮৮ হেজাৰ টকাআৰক্ষী কনিষ্টবল সীমান্তৰ ফাৰ্মত ৫০০০বয়লাৰ | প্ৰতি ৪০ দিনত উপাৰ্জন কৰে ৮৮ হেজাৰ টকাগাহৰি পালনৰ কিছু নিয়ম জানো আহক | Piggery farming in asaamগাহৰি পালনৰ কিছু নিয়ম জানো আহক | Piggery farming in asaamসমস্যাৰ সম্মুখত হাৰ নমনা এজন যুৱকৰ কাহিনী.../ Poultry Farm in Assamসমস্যাৰ সম্মুখত হাৰ নমনা এজন যুৱকৰ কাহিনী.../ Poultry Farm in Assamউচ্চ শিক্ষিত ককাই ভনীয়ে মাতৃৰ সপোন পূৰণ কৰিবলৈ ঘৰৰ চোতালত গঢ় দিলে এটি বস্ত্ৰ উদ্যোগ | Cloth Businessউচ্চ শিক্ষিত ককাই ভনীয়ে মাতৃৰ সপোন পূৰণ কৰিবলৈ ঘৰৰ চোতালত গঢ় দিলে এটি বস্ত্ৰ উদ্যোগ | Cloth BusinessA modern professional pig houseA modern professional pig houseএখন বিশাল গাহৰি ফ্রাম // এটা অদ্ভুত চিলিণ্ডাৰ // কত আছে চাও আহক // #pigfram #pig #nalbariএখন বিশাল গাহৰি ফ্রাম // এটা অদ্ভুত চিলিণ্ডাৰ // কত আছে চাও আহক // #pigfram #pig #nalbariতামোল-পাণৰ  ব্যৱসায় জৰিয়তেই দিলীপ বৰাই সলনি কৰিলে নিজৰ জীৱন | Betel Nut Business In Assamতামোল-পাণৰ ব্যৱসায় জৰিয়তেই দিলীপ বৰাই সলনি কৰিলে নিজৰ জীৱন | Betel Nut Business In Assamআনৰ নৈশবাছ কাউন্টাৰত কাম কৰা যুৱকজন এতিয়া প্ৰাণজিৎ ট্ৰেভেলচৰ মালিক | Story of Pranjit Travelsআনৰ নৈশবাছ কাউন্টাৰত কাম কৰা যুৱকজন এতিয়া প্ৰাণজিৎ ট্ৰেভেলচৰ মালিক | Story of Pranjit Travelsপদ্ম ভৰালীয়ে  সংস্হাপন দিছে গাঁৱৰ ২২ জনকৈ নিবনুৱা যুৱক আৰু মহিলাক | Lion Brand  Owner  Padma Bharaliপদ্ম ভৰালীয়ে সংস্হাপন দিছে গাঁৱৰ ২২ জনকৈ নিবনুৱা যুৱক আৰু মহিলাক | Lion Brand Owner Padma Bharali
Яндекс.Метрика