Загрузка...

#POCSOCourt | ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড #shortvideo #shorts

📌কোকৰাঝাৰৰ বিশেষ POCSO আদালতে অভিযুক্ত মোহৰ আলীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিছে।
📌ধৰ্ষণত অভিযুক্ত মোহৰ আলীক ২৫ হাজাৰ টকাৰ জৰিমণাও বিহিছে।
📌২০২২ চনৰ জুলাইত সংঘটিত হৈছিল এই ধৰ্ষণ কাণ্ড।
📌 ন্যায়াধীশ নুৰজামাল হকে POCSO আইনৰ অধীনত ৰায়দান দিয়ে।
#Kokrajhar #POCSOCourt #Crime #LifeImprisonment #Assam #Assamese #ddnewsassamese #ddnewsassam

Видео #POCSOCourt | ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড #shortvideo #shorts канала DD News Assamese
Яндекс.Метрика
Все заметки Новая заметка Страницу в заметки
Страницу в закладки Мои закладки
На информационно-развлекательном портале SALDA.WS применяются cookie-файлы. Нажимая кнопку Принять, вы подтверждаете свое согласие на их использование.
О CookiesНапомнить позжеПринять